10
May
2017

মুকালমুৱাঃ বৰলিয়াৰপাৰত আজি এটা অচিনাকী দুষ্প্রাপ্য প্ৰাণী উদ্ধাৰ হয়। দেখাত জহামল সদৃশ কিন্তু আকাৰত বহুত ডাঙৰ প্ৰাণীটো গাওঁখনৰ সৈনা আলী নামৰ লোক এজনে কবৰস্থানৰ পৰা উদ্ধাৰ কৰে।
শিকলি লগাই বান্ধি থোৱা প্ৰাণীটো উদ্ধাৰ কৰিবলৈ বনবিভাগক খবৰ দিয়াৰ পিছতে অচিন প্ৰাণীটো নলবাৰী বন বিভাগে আহি লৈ যায় ।