তেজপুৰঃ শোনিতপুৰৰ বালিপৰাৰ ১২ মাইল জালিত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। দূৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহী এজন যুৱক৷

যুৱকজন তেজপুৰৰ গাড়োৱান পট্টীৰ বিজয় চক্ৰৱৰ্ত্তী বুলি জানিব পৰা গৈছে। AS-12P-8122 নম্বৰৰ বাইকখনেৰে দূৰ্ঘটনা সংঘটিত হয়৷