প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Andhrawishesh.com
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Andhrawishesh.com

জোনাইঃ মুৰ্কংচেলেকত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷

কৃতী নৰহ নামৰ স্কুতি আৰোহীগৰাকীয়ে ৰড ভৰ্তি এখন ঠেলাত খুন্দা মাৰে৷ খুন্দা মৰাৰ ফলত স্কুতি আৰোহী কৃতীৰ বুকুত ৰড সোমাই যায়৷ যাৰ বাবে জোনাইৰ বাহিৰ চিলে গাঁৱৰ ৪৮ বছৰীয়া কৃতীৰ থিতাতে মৃত্যু হয়।