ICICI
ICICI

লংকাঃ লংকাৰ বামুনগাঁৱৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷

ঘটনা অনুসৰি এখন তীব্ৰবেগী চুইফ্ট ডিজায়াৰ আৰু ডিচকভাৰ বাইক এখনৰ মাজত মুখামুখি খুন্দা সংঘৰ্ষ ঘটে৷ সংঘৰ্ষত বাইক আৰোহী জামাল উদ্দিন গুৰুত্ব ভাৱে আহত হয়৷

আহত জামাল উদ্দিনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে হোজাইৰ হাম'লৈ প্ৰেৰণ কৰা হয়৷ দূৰ্ঘটনাগ্ৰস্থ চুইফ্ট ডিজায়াৰ খনৰ নম্বৰ AS-02P-6750 আৰু বাইকৰ নন্বৰ AS-02M-5018 বুলি জানিব পৰা গৈছে৷