18
Jul
2017

নগাঁওঃ নগাঁৱৰ বৰঘাট বাইপাছত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহয় হয় এজন যুৱকে। নগাঁও বাইপাছ ভোগদৈ ধাবাৰ সমীপত বৰঘাটৰ পৰা বাইপাছ অভিমুখে আহি থকা যুৱকজনে এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে।
নিহত যুৱকজন জিলাখনৰ শেনছোৱাৰ মটক গাঁও নিবাসী মাধৱ দাসৰ পুত্ৰ নৱ দাস(২৮) বুলি জানিব পৰা গৈছে৷ যুৱকজনৰ অকাল মৃত্যুত শেনছোৱাত শোকৰ ছাঁ পৰিছে।