22
Oct
2017

নাহৰকটীয়াঃ নাহৰকটীয়াৰ নগাঁও তিনিআলিত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোক গুৰুতৰ ভাবে আহত হয়৷
জানিব পৰা মতে, নাহৰকটীয়াৰ সুভদ্ৰ সোণোৱাল নামৰ লোকজনে এখন স্কুটিৰে নাহৰকটীয়া টাউনলৈ আহিল আছিল৷
মদ্যপান কৰি লোকজনে অত্যাধিক বেগেৰে স্কুটি খন চলাই আহি নিয়ন্ত্ৰণ হেৰুৱাই ৰাজ পথত বাগৰি পৰে৷ ফলত লোকজন গুৰুতৰ ভাবে আহত হয়৷ স্থানীয় লোকে চিকিৎসালয় ভৰ্তি কৰে তেওক৷