27 Aug জাপিত বৈদ্যুতিক আৰু সৌৰ চালিত পাংখা ব্যৱহাৰ ৰুহুল আলীৰ By NNO Correspondent 0 Comments অসমীয়া জাপিক আধুনিকতাৰ ৰহণ সানি কৃষক সকলৰ কষ্ট লাঘবৰ উপায় নিৰ্মাণ কৰি উলিয়াইছে ৰুহুলে।