ৰঙিয়াঃ ৰঙিয়া পাইকাৰী গ্ৰহক সমবায় সমিতিৰ এখন বাৰ্ষিক সাধাৰণ সভা ৰঙিয়া প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।

পাইকাৰী গ্ৰহক সমবায় সমিতিৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সমবায় সমিতিৰ সমূহ বিষয়-ববীয়াৰ লগতে সদস্য সমূহ উপস্থিত থাকে।

সভাত সমবায় সমিতিটোৰ উন্নয়ন সম্পৰ্কত আলোচনা কৰা হয়৷