♦ নগাঁৱৰ চাপানালাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।

♦ ইণ্ডিয়ান চাহ বাগিচাৰ চাহ শ্ৰমিকক প্ৰাপ্যৰপৰা বঞ্চিত কৰাৰ ক্ষোভ।

♦ নগাঁও জিলা চাহ শ্ৰমিক সংঘৰ প্ৰাক্তন সভাপতি বিন্দু গঞ্জুয়ে বাগিচাখনত অনাধিকাৰ হস্তক্ষেপ কৰাৰ বিৰুদ্ধে ক্ষোভ।

♦ শীঘ্ৰে শ্ৰমিকৰ দাবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।