
তেজপুৰঃ আজি তেজপুৰৰ মিলনপুৰত শংকৰদেৱ শিশু নিকেতনৰ স্থায়ী ভৱনৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠিত হয়৷ এই কা্যসূটী উন্মোচন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধীকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে।
শিশু নিকেটন পৰিচালনা সমিতিৰ সভাপতি কুশল শইকীয়াৰ পৌৰহিতত অনুষ্ঠিত মুকলি সভাত জনাৰ্দ্দন দেৱ গোস্বামীৰ লগতে শিশু বিদ্যা ভাৰতি আৰু আৰ এছ এছৰ নেতা কৰ্মী সকলে অংশ গ্ৰহণ কৰে৷
সভাখনৰ আঁত ধৰে শিক্ষক পংকজ বৰুৱাই।