19
Jul
2017

শিমলুগুৰিঃ শিৱসাগৰ শিমলুগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
কৃষক মুক্তিৰ দাবীসমূহ
► নাজিৰা সমষ্টিৰ তেতেলিগুৰি গৰাখহনীয়া সমস্যা সমাধান কৰা আৰু মথাউৰি নিৰ্মাণ
► নগৰৰ যাতায়ত সমস্যা সমাধান
► বাট-পথ পকীকৰণ
► শিশু শ্ৰমিক হিচাপে কাম কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰা
► অবৈধভাৱে গঢ়ি উঠা মদৰ ঘাটীসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰা