• সোণাৰিৰ ভজোত নৃশংস হত্যাকাণ্ড।

• ৰেখা গগৈ নামৰ এগৰাকী মহিলাক হত্যা। 

• দেওৰেকে ঘপিয়াই হত্যা কৰাৰ অভিযোগ। 

• সম্প্ৰতি অভিযুক্ত প্ৰফুল্ল গগৈ পলাতক। 

• সোণাৰিৰ ভজো ৰংছোৱালত সংঘটিত এই ঘটনা।