নলবাৰীঃ কলেজৰ চিচিটিভিত প্ৰেমিক-প্ৰেমিকাৰ অনৈতিক কাৰ্য আৱদ্ধ হোৱা বুলি প্ৰচাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীত৷ বুধবাৰে জিলাখনৰ বৰভাগ কলেজৰ এহাল ছাত্ৰ-ছাত্ৰী অশ্লীল কাৰ্যত লিপ্ত থকাৰ দৃশ্য চিচিটিভিত আবদ্ধ হোৱাৰ তথ্য কলেজ কৰ্তৃপক্ষৰ হাতত পৰা বুলি জানিব পৰা গৈছে৷

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

এতিয়ালৈ মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ভিডিঅ' ফুটেজ সন্দৰ্ভত তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, বহু দিন অাগৰ পৰা যুৱক-যুৱতী হালক বৰভাগৰ এচাম লোকে সন্দেহৰ চকুৰে চাই অাহিছিল।

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

মহাবিদ্যায়খনৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি ধ্ৰুৱজ্যোতি ভূঞাই উক্ত যুৱক-যুৱতী হালক এবছৰৰ বাবে কলেজৰ পৰা বহিষ্কাৰ কৰিবলৈ অধ্যক্ষজনক এক পত্ৰযোগে আবেদন জনায়। এতিয়া কলেজ কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব৷