20
Aug
2017

অভয়াপুৰীঃ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই ছিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অভয়াপুৰীত।
অভয়াপুৰী তিনি নং ওৱাৰ্ডৰ বাসন্তীপাৰাৰ পঞ্চানন সৰকাৰৰ পুত্ৰ ৰাহুল সৰকাৰ(১৬) বুলি জানিব পৰা গৈছে। ৰাহুল অভয়াপুৰী বাপুজী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল।
ঘটনাটোৱে অঞ্চলটোত শোকৰ ছা পেলাইছে। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।