নলবাৰীঃ নলবাৰী চহৰৰ শান্তিপুৰস্থিত একমাএ চৰকাৰী নাৰ্ছ অাৰু লেৱৰেটৰী শিক্ষাৰ প্ৰতিষ্ঠান এলিড হেলথ ছাইন্স পেৰামেডিকেল এণ্ড টেকনলজিৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে শান্তি নিবাস অনাথ অাশ্ৰম পৰিদৰ্শন কৰে৷

সাংবাদিক মজিবুৰ ৰহমান পৰিচালিত শান্তি নিবাস অনাথ অাশ্ৰমৰ বাসিন্দাসকলক ছাত্ৰ-ছাত্ৰী শিক্ষকে ফল মূল বিতৰণ কৰে। প্ৰতিষ্ঠান খনৰ সঞ্চালক ডা০ গোকুল শৰ্মাৰ নেতৃত্বত যোৱা ছাএ-ছাএীয়ে "সাৰথি" নামৰ অান এখন অনাথ শিশু অাশ্ৰমতো ফল মূল বিতৰণ কৰে।