newsnextone.com। তেজপুৰঃ বাওঁপন্থী ছাত্ৰ সংগঠন SUCI-ৰ শোণিতপুৰ জিলা সমিতিয়ে তেজপুৰত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্রতিমূর্তি দাহ কৰে। ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সুযোগ লৈ জনসাধাৰণক মাধমাৰ শোধাই বাছ ভাড়া বৃদ্ধি কৰিছে। প্ৰতিবাদকাৰী সকলে তেজপুৰৰ ডাক বংলাৰ সন্মুখত প্ৰতিবাদ সাবস্ত্য কৰি শীঘ্ৰেই বাছ ভাড়া সঠিক সঠিক কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।