16
May
2017

ডিজিটেল ডেস্কঃ নতুন চামৰ টাটুৰ প্ৰতি থকা ৰাপ নতুন কথা নহয়৷ কিন্তু টাটু আঁতৰোৱাৰ পিছত হোৱা সংক্ৰমণৰ কথা আপুনি ভাবিছেনে৷ থাইলেণ্ডৰ এগৰাকী যুৱতীয়ে টাটু আঁতৰাব গৈ সন্মুখীন হ’ল অবাঞ্চিত সমস্যাৰ৷
যুৱতীগৰাকীয়ে টাটু আঁতৰাবৰ বাবে ৰেজুবী নামৰ পদ্ধতি ব্যৱহাৰ কৰিছিল৷ ইয়াৰ পিছতে সমস্যাত পৰে যুৱতীগৰাকী৷ প্ৰথমতে এই পদ্ধতিয়ে ঠিকেই কাম কৰিছিল।
কিন্তু পিছত সংক্ৰমণ হৈ উঠি আহে টেটু কৰা ছালবোৰ৷ ৩ মাহলৈ সেই ঠাইখিনি ৰঙা পৰি থাকে৷ যুৱতীগৰাকীয়ে এই ফটোসমুহ ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছে।