মৰিয়নীঃ আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি যোৰহাট চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰই এক সমদল উলিয়ায়। চিনামৰা চেন্ট মেৰিজ স্কুলে উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰে।

সন্ধিয়ালৈ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্য্যক্ৰম অনুষ্ঠিত হয়। চিনামৰা জাতীয় বিদ্যালয়তো শিক্ষক দিৱস পালন কৰা হয় বুলি উদ্যোগতাই জানিবলৈ দিয়ে।