তেজপুৰঃ তেজপুৰৰ গোটলুঙত ভয়ংকৰ পথ দুৰ্ঘটনা৷ ট্ৰাকৰ চেপাত থিতাতে নিহত পথচাৰী৷ উত্তেজিত লোকে অৱৰোধ কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ নিহত লোকজনৰ নাম আনোৱাৰ হুছেইন৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে RJ 01GA 5330।