
newsnextone.com। তেজপুৰঃ তেজপুৰৰ ডনবক্স স্কুলত অঘটন।
বিদ্যালয় খনত থকা ছেণ্ট ডন বক্সৰ প্ৰতিমূৰ্তিত দুবৃত্তই আক্ৰমণ কৰি ধ্বংশ কৰে।
আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন তেজপুৰ বিচপ হাউচৰ সন্মুখত থকা প্ৰতিমূৰ্ত্তিৰ।
এজাহাৰ দাখিল কৰ্তৃপক্ষৰ।
এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই দুৰ্বৃত্তক।