13
Dec
2018

তেজপুৰঃ তেজপুৰ সমষ্টিৰ অন্তৰ্গত চাৰিখন জিলা পৰিষদৰ হলেশ্বৰ আৰু ভোমোৰাগুৰি কংগ্ৰেছৰ দখলত। আন দুখন ডেকাৰগাঁও আৰু পৰ্বতীয়া বি জে পিৰ দখল। শোনিতপুৰ জিলাৰ একমাত্ৰ বালিপুখুৰি পঞ্চায়তৰ সভাপতি থানেশ্বৰ গগৈ আৰু আঞ্চলিক সদস্য হিচাপে খঞ্জন শইকীয়া অ গ প দলৰ হৈ জয় লাভ কৰিবলৈ সক্ষম হয়।
একেদৰে জিলাখন অধিক সংখ্যক পঞ্চায়ত বি জে পিৰ দখলৈ যায়। অসম গণ পৰিষদৰ নেতা বৃন্দাবন গোস্বামীৰ দুৰ্গ স্বৰূপ মাজগাঁও, বেচেৰিয়া আৰু পৰ্বতীয়া পঞ্চায়ত বি জে পিৰ দখললৈ যায়।