তেজপুৰঃ শোণিতপুৰৰ বালিপৰাৰ মানশিৰি দলং পথ দূৰ্ঘটনাত নিহত হয় এজন যুৱক৷

অচিনাক্ত বাহনে মটৰচাইকেলখন খুন্দিয়াই ঘটনাস্থলিৰপৰা পলায়ন কৰে৷

A S 12 N 9739 নম্বৰৰ মটৰ চাইকেল আৰোহীজনক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে থিতাতে মৃত্যুক সাৱতি লয় যুৱকজনে৷