তেজপুৰঃ মঙলবাৰে বন্ধৰ সময়ছোৱাত বি জে পি শোণিতপুৰ জিলাৰ প্ৰাক্তন উপ-সভাপতি অনুপম বৰুৱাই নাগৰিকত্ব সংশোধনী বিধায়ক, ২০১৬ ৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীৰপৰা পদত্যাগ কৰে।

পদত্যাগ-পত্ৰখন ই-মেইলযোগে তেওঁ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰে।