18
Dec
2018

তেজপুৰঃ তেজপুৰৰ পদুম পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। এজন লোকে মৃতদেহটো পানীত উপঙি থকা প্ৰত্যক্ষ কৰি খবৰ আৰক্ষীক দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও বৰষুণৰ বাবে উদ্ধাৰ কৰিব পৰা নাই মৃতদেহটো।
এইপৰ্যন্ত জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়।