27
Dec
2018

তেজপুৰঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এটা দুষ্প্ৰাপ্য ঈগল মুমূৰ্ষু অৱস্থাত কেইজনমাম প্ৰকৃতিপ্ৰেমী যুৱকে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।
উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এটা ঈগলক কোনো দুষ্কৃতিকাৰিয়ে বাটুলগুটি মাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাছত মুমূৰ্ষু অৱস্থাত কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকে ঈগলটোক উদ্ধাৰ কৰি বনবিভাগক গতাই দিয়ে।