তেজপুৰৰ হৰিহৰ ক্ষেত্ৰৰপৰা অপূৰ্ব বৰাঃ অসমত বেদ, উপনিষদ আৰু বৈষ্ণৱসকলক চিন্তধাৰা অধিক প্ৰচাৰ আৰু প্ৰয়াসৰ বাবে অসমত গঢ়ি উঠা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশন তেজপুৰৰ হলেশ্বৰৰ হৰিহৰি ক্ষেত্ৰত মাৰ্চ মাহৰ ৮ তাৰিখৰপৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ’ব।

অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতি উপস্থিত থকা হৰি হৰি ক্ষেত্ৰত বৰ্তমান হৰিহৰত যুদ্ধসদৃশ তৎপৰতাৰে মণ্ডপ সজাই তোলাৰ কাম আৰাম্ভ কৰা হৈছে।

হৰিহৰ ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত এক সভাত হৰি নাম, কীৰ্তন পাঠৰে হৰিহৰি ক্ষেত্ৰত মাংগলিক পৰিৱেশ সৃষ্টি হয়।