22
Mar
2019

তেজপুৰঃ ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰে নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানে।
আত্মসৰ্মপনকাৰী এন ডি এফ বি নেতা ছায়া বসুমতাৰীক লগত লৈ বড়ো, বিহু সাংস্কৃতিক দলৰ নেতৃত্বত শোভাযাত্ৰা কৰি আহি শোনিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মনোনয়ন দাখিল কৰিবলৈ যোৱাত জিয়াবুৰ ৰহমানে সাংসদ হিচাপে তেজপুৰৰ উন্নয়নৰ কথা কোনো সাংসদে কৰা নাই বুলি কৈ নিৰ্বাচিত হ’ল তেজপুৰ লোকসভা সমষ্টিৰ উন্নয়নমুলক কামকাজত মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে।