10
May
2019

তেজপুৰঃ আজি এক নজিৰবিহীন ঘটনা সংঘটিত হ’ল তেজপুৰ পিঠাখোৱাত।
ৰাইজৰ অভিযোগ অনুসৰি পিঠাখোৱা ৰমনী নাথে নিজ পুত্ৰক হত্যা কৰি হাবিত পুতি থোৱা অভিযোগ ৰাইজৰ। পুত্ৰ ধ্ৰুৱ জ্যোতি নাথক হত্যা কৰি পুতি থোৱাত স্থানীয় ৰাইজ অতিস্থ হৈ ৰমনী নাথৰ ঘৰত জুঁই লগাই দিয়ে।
আনহাতে ৰাইজে সন্দেহ কৰা পিতৃ এগৰাকী গাৱঁৰক্ষী বাহিনী। বৰ্তমান ঘটনাৰ মূল কাৰণৰ বাবে আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে৷