09
Dec
2018

তেজপুৰঃ সেউজ দেশৰ কবি ৰাম গোস্বামীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেওবাৰে তেজপুৰত শোনিতপুৰ জিলা কবি সন্মিলনে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। শোনিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি হৰেন শইকীয়াই মুুকলি কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শোনিতপুৰৰ একুৰি কবিয়ে অংশগ্ৰহণ অনুষ্ঠানটোৰ নৰহৰি চুতীয়া, ৰঞ্জিত বৰা, অপুৰ্ব বৰা, স্বপন মিত্ৰ আদি কৰি বহুকেইজন লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে।