19
Sep
2018

newsnextone.com| তেজপুৰঃ তেজপুৰৰ তৰাজান কুমাৰ গাৱৰ ওৱেল্ডিঙৰ দোকানত বিদ্যুৎ পিষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে অন্য এজন আহত হয়। জানিব পৰা মতে তেজপুৰ তৰাজান কুমাৰ গাৱৰ কৰুনা বৰাৰ ওৱেল্ডিঙৰ দোকানত ওলেল্ডিঙৰ কাম কৰি থকা বিদ্যুৎ পিষ্ট হৈ মৃদুপৱন বৰা( ২০) ঘটনাস্থলিতে নিহত হোৱাৰ লগতে অন্য এজন যুৱক আহত হয় হোৱাৰ বিষয়ে জানিব পৰা গৈছে৷ আনহাতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে৷