12
Oct
2018

www.newsnextone.com।তেজপুৰ: আৰক্ষীয়ে আটক কৰা অপৰাধীয়ে যাতে নিজৰ কু- কৰ্মৰ অনুসুচনা হয় আৰু পলাই যাৱ নোৱাৰে তাৰ বাবে অপৰাধীক হেন্দকাফ লগাই আদালতলৈ অনা হয় । কিন্ত কাালি নিজৰ বিদ্যালয়ত অধ্যায়ন কৰা এগৰাকী ছাত্ৰীক বলপুৱৰ্ক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত আটক হৈছিল শিক্ষক মুনিন্দ্ৰ সুত । আজি আৰক্ষীয়ে তেজপুৰ আদালতত হাজিৰ কৰা কালত আৰক্ষীয়ে সম্পুৰ্ন নিৰাপত্তা দি হাতত হেনকাফ নলগাই মুকলি ভাৱে ৰাজপথত ঘুৰা ফুৰা ব্যৱস্থা কৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ধৰ্ষনৰ দৰে অভিযোগৰে অভিযুক্ত শিক্ষকক এনেদৰে আতিথ্য দিয়াৰ সন্দৰ্ভত সাংবাদিকে উভতি ধৰাত নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষীয়ে সৰুপানী চুৱৰ বাবে মুকলি কৰি দিয়া বুলি মন্তব্য কৰে ।