প্ৰতিকী ফটো
প্ৰতিকী ফটো

লংকাঃ হোজাই জিলাৰ লংকাত উদালী আৰক্ষীৰ জালত পৰিল গভাইত চোৰ৷ চাইদুৰ ৰহমান নামৰ চোৰটোক দয়ংমূখৰ পৰা চুৰি সামগ্ৰী সহ আটক কৰিবলৈ সক্ষম হয় উদালী আৰক্ষী৷

জানিব পৰা মতে, দীৰ্ঘ দিনৰ পৰা চুৰি কাৰ্যত জড়িত আছিল চাইদুৰ ৰহমান৷ আৰক্ষীয়ে চাউদুৰক বিচাৰি অভিযান অব্যাহত ৰাখিছিল৷ চাইদুৰ ৰহমানক বৰ্তমান উদালী আৰক্ষীৰ জিম্মাত জেৰা কৰি থকা বুলি জানিব পৰা গৈছে৷