15
Dec
2017

তুলসীবাৰী/ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ ধুহি প্ৰগতিশীল সংঘৰ উদ্যোগত তৃতীয় বাৰ্ষিক প্ৰাইজমানি টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
অহা ২০ ডিচেম্বৰৰ পৰা পাচদিনীয়াকৈ অনুষ্ঠিতব হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৬ হাজাৰ টকা আৰু আগবঢ়োৱা হ’ব৷ ৯০৮৫৫২১৭৬৩, ৭৬৬২৯৩০২৩৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ জনায়৷