25
Aug
2017

ধেমাজিঃ ধেমাজি আৰক্ষীৰ জালত পৰিল বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগসহ দুজনকৈ লোক৷ ধেমাজি জিলা আৰক্ষীয়ে চিমেন চাপৰি আৰক্ষীৰ সহযোগত অভিযানত চলাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচলৰ চিয়াং জিলাৰ তবাং প’ৰ আৰু টাবেৰ চিৰাম নামৰ জুজন লোকক বনৰীয়া জীৱ-জন্তুৰ চাল আৰু বিভিন্ন অংগ-প্ৰত্যংগসহ আটক কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা অংগ-প্ৰত্যংগৰ মূল্য ২৫ লাখৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে।