30
Mar
2018

ফিল’বাৰীঃ চিকিৎসা কৰিবলৈ আহি সেনা আৰক্ষীৰ জালত পৰিল এগৰাকী আলফা স্বাধীনৰ নেতা৷ ডিব্ৰুগড় আৰক্ষীৰ অভিযানত জালত পৰিছে দুৰ্ধৰ্ষ আলফা কেডাৰ গুঞ্জন অসম ওৰফে গৌতম দাধৰা।
বঙালগাঁওৰ সমীপৰ পৰা এটা গ্ৰেণেড সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুঞ্জন। আলফা স্বাধীনৰ ম্যানমাৰ কেম্পৰ পৰা অসম মেডিকেল হস্পিতাললৈ চিকিৎসাৰ বাবে আহি আছিল গুঞ্জন।
গুঞ্জনে ১৭ মাৰ্চতে উজনি অসমলৈ আহি আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে আছিল। আলফা কেডাৰ জনে তিনিচুকীয়া, ধলা অৰুণাচল সীমান্তত কুতাঘাট সংঘটিত কৰাৰো উদ্দেশ্যে থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।