28
Nov
2018

মৰিয়নীঃ আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ পাছদিনা মৰিয়নী নগাধুলী স্কুলৰ প্ৰাংগনত আলফাৰ পতাকা৷
গুৱাহাটীৰ ধেমাজিৰ পাছত এইবাৰ মৰিয়নীত৷
মৰিয়নী আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল দত্ত স্কুলত গৈ উপস্থিত হয়৷
তাৰ পাছতেই উৰুৱাই থোৱা পতাকা খন থানালৈ লয় আহে বুলি জানিব পৰা যায়৷