বঢ়মপুৰঃ বঢ়মপুৰৰ চাপানালাত দেওবাৰে এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।

অচিনাক্ত ব্যক্তিজনৰ মৃতদেহটো স্থানীয় ৰাইজে চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীৰত প্ৰত্যক্ষ কৰে৷ চামগুৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷