দলংঘাটঃ দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি ঘাটত বানপীড়িত এলেকাৰ পশু চিকিৎসা শিবিৰ এটি অনুস্থিত হৈ যায়। 

ৰঙামাটি পশু চিকিৎসালয়ৰ পশু চিকিৎসক যোগব্ৰত নাথৰ নেতৃত্বত পুৱা ৮ বজাৰ পৰা ১২ বজালৈ অনুস্থিত হয় পশু চিকিৎসা শিবিৰটি। 

গৰু ছাগলীৰ বিভিন্ন বেমাৰৰ ভেকচিন প্ৰায় ৪০০ পশুধনক প্ৰদান কৰে চিকিৎসা শিবিৰটোত ।অজয় ডেকা, দলংঘাট দৰং।