► বৃহস্পতিবাৰে নিশা যুৱকৰ চুৰিকাঘাতত মহিলাৰ মৃত্যু

►ৰহাৰ পেটবঢ়াৰ তুলন শইকীয়াৰ পত্নী পৰী ঘৰত অকলশৰে থকা অৱস্থাত নৃশংস আক্ৰমণ

► মহিলাগৰাকীৰ আৰ্তনাদত গঞা উপস্থিত

► প্ৰতিবেশী নিতুল শইকীয়াই আক্ৰমণ কৰাৰ অভিযোগ

► নগাঁও চিভিলত মৃত্যু গুৰুতৰভাবে আহত মহিলা গৰাকী 

► এটি সন্তানৰ মাতৃ পৰীৰ স্বামী তোলন কৰ্মসুত্ৰে থাকে গুৱাহাটীত 

► ঘটনাৰ সময়ত মোমায়েকৰ ঘৰত আছিল ৬ বছৰীয়া সন্তানটো

► বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত লগা তৰ্ক-বিতৰ্কৰ ফলত এই ঘটনা

►ঘটনাস্থলীত পুৱাৰ ভাগলৈ অনুপস্থিত আৰক্ষী, তীব্ৰ প্ৰতিক্ৰিয়া

►ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা 

With Inputs from NNO Digital Correspondent #Raha